Daily Time Axom

টুইটাৰত ক্ৰমাৎ জনপ্ৰিয়তা বৃদ্ধি প্ৰধানমন্ত্ৰী মোদীৰ।।।

0 19

বৰ্তমান সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেশবাসীৰ মাজত অতিকৈ জনপ্ৰিয় এই ক্ষেত্ৰত তেওঁ পিছ পৰি থকা নাই চছিয়েল মিডিয়াতো। এক সমীক্ষা মতে মোদী তেওঁ টুইটাৰ একাউণ্টতো ২০০৯ চনতেই আৰম্ভ কৰিছিল আৰু বৰ্তমান তেওঁৰ ফলরা্ৰছ ক্ৰমাৎ বৃদ্ধি হৈ ৬০ মিলিয়ন অথাৎ ৭কোটি হৈছেগৈ। আৰু বিশ্বৰ সৰ্বাধিক ফলৱাৰ থকা নেতা হিচাপে বিবেচিত হৈছে তেওঁ।। বৰ্তমান ২০১৯চনৰ এক সমীক্ষা মতে মোদীৰ ফলরা্ৰছ ৫০ মিলিয়ন অথাৎ ৫কোটি। এই ক্ষেত্ৰত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহো পিছ পৰি ৰোরা নাই বৰ্তমান তেওঁৰ টুইটাৰত ১৬ লাখ মান ফলৱা্ৰছ আছে।।

Leave A Reply

Your email address will not be published.