Daily Time Axom

সংবাদমেলত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

0 18

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহত পাঠদান হোৱাৰ সম্ভাৱনা ৷

ছেপ্টেম্বৰ মাহলৈকে চতুৰ্থ শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ ৷

বিদ্যালয়সমুহত নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হব যদিও সপ্তাহত ২ টা দিনহে পাঠদান চলিব ৷

পঞ্চম, ষষ্ঠ, সপ্তম, আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰী ছাত্ৰী সকলে শ্ৰেণীকোঠাত একলগ হব নোৱাৰিব । ১৫ জনকৈ এটা এটা গ্ৰুপ কৰি মুকলি পথাৰত শিক্ষা দান কৰিব লাগিব।

দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সমূহ সপ্তাহত ৪ দিন হব যদিও এদিনত ৩ ঘন্টাহে পাঠদান হব ।

নগৰ বা গ্ৰাম্য এলেকা সকলোতে আৰু ব্যক্তিগত বিদ্যালয় সমূহেও এইসমূহ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ।

Leave A Reply

Your email address will not be published.