Daily Time Axom

সৰুপথাৰৰ যুৱকৰ এক ব্যতিক্ৰমী উদ্ভাৱন

0 22

সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘট ৰূপহীত এজন যুৱকে নিৰ্মাণ কৰিলে এখন ব্যতিক্ৰমী বাহন ৷

মটৰচাইকেলৰ ইঞ্জিন ব্যৱহাৰেৰে যাত্ৰীবাহী বাহন নিৰ্মাণ ৷

যুৱকজনৰ নাম ঋষি বসুমতাৰী ৷

বাহনখনৰ সফল পৰীক্ষণ সম্পণ্ণ ৷ একেলগে ৪ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে বাহনখনত ৷

Leave A Reply

Your email address will not be published.