Daily Time Axom

নগাঁৱত কৰোনাত মৃত্যু ১ জন লোকৰ৷

0 16

*নগাঁও অসামৰিক চিকিৎসালয়ত এজন লোকৰ মৃত্যু ৷
*কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিজনৰ নাম গোলোক শৰ্মা (৯০)।

*দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল মৃত ব্যক্তিজন ।
*এণ্টিজেন টেষ্টত ধৰা পৰিছিল ব্যক্তিজনৰ দেহত ক’ভিড ১৯ অৱস্থিতি।

Leave A Reply

Your email address will not be published.