কৰোনা ভেকচিনৰ আপ-টু-ডেট
১। বৰ্তমান বিশ্বত ১৬০ টা ভেকচিন এতিয়াও প্ৰাৰম্ভিক ক্লিনিকেল ট্ৰায়েলৰ পৰ্য্যায়তে আছে।।
২। ইয়াৰে ২৩ টা ক্লিনিকেল ট্ৰায়েল পয্যায়ত আছে।।
৩। বৰ্তমান ৬ টা ভেকচিনৰ মানৱ দেহৰ ওপৰত পৰীক্ষণ অৰ্থাৎ তৃতীয় পয্যায়ৰ ট্ৰায়েল চলি আছে।।
৪। ইয়াৰে ৮ প্ৰকাৰৰ ভেকচিনৰ পৰিক্ষণ ভাৰতত চলি আছে আৰু ২ বিধ ভেকচিনে প্ৰথম পৰ্য্যায়ৰ মানৱ পৰীক্ষণ অৰ্থাৎ হিউমেন ট্ৰায়েলত সোমাইছে।।