বৰপথাৰত ভয়ংকৰ অগ্নিকাণ্ড

ধনশিৰি মহকুমাৰ বৰপথাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ৩ নং ৱাৰ্ডৰ নিবাসী সমীৰ পাল নামৰ ব্যক্তিজনৰ এটি টেন্ট হাউছৰ ষ্টোৰত অগ্নিকাণ্ড সংঘটিত হয় ।

ষ্টোৰটোত বহু সামগ্ৰী মজুত আছিল বুলি জানিব দিয়ে । প্ৰায় ৭ লাখ টকাৰ সামগ্ৰী অগ্নিকাণ্ডত জাহ যায় বুলি জানিব দিয়ে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

Comments (0)
Add Comment