Daily Time Axom

দুলীয়াজানত আছুৰ অৱস্থান ধৰ্মঘট

0 17

দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী পালন কৰে ৷ দুলীয়াজানৰ পিপলতল তিনিআলিত আছু কৰ্মী সকলে পুৱা দহ বজাৰ পৰা দুঘণ্টা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত কাৰ্য্যসুচীত আছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈ উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.