প্ৰতিভাৰ সন্ধানত Daily Time Axom

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত বিভিণ্ণ ক্ষেত্ৰত যথেষ্ট প্ৰতিভা লুকাই আছে ৷ কোনোবাই যদি গীত গাই ভাল পাই, কোনোবাই আকৌ ছবি আঁকি ভাল পায় ৷ চিত্ৰ অংকণ কৰি ভালপোৱা দুজন তেনে শিল্পীৰ প্ৰতিভাক লৈ আমাৰ আজিৰ এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়ালো

Comments (0)
Add Comment