Daily Time Axom

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কভিড ১৯ পজিটিভ

0 7

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেষ্ঠ্য ৰাজনীতিবিদ তৰুণ গগৈ কৰোণাত আক্ৰান্ত ৷ মঙ্গলবাৰে ৮৫ বছৰীয়া বয়োজেষ্ঠ ৰাজনীতিবিদ গৰাকীৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি। টুইটাৰযোগে এই কথা জনাইছে তৰুণ গগৈয়ে।অতি সোনকালে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰিবৰ বাবে অনুৰোধ জনাইছে ।

Leave A Reply

Your email address will not be published.