প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান ।
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান ।
টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে মুখাৰ্জীৰ পুত্ৰই ।
কিছু দিনৰ আগতে মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল মুখাৰ্জীৰ
কিছুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰণৱ মুখাৰ্জী
কৰোনাতো আক্ৰান্ত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ।
৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে।