ক’ভিডত আক্ৰান্ত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা । Uncategorized By admin On Sep 1, 2020 0 23 Share জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা কৰোণাত আক্ৰান্ত ।এই কথা ফেচবুক যোগে জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে।তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে । 0 23 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail