ভাৰতত নিষিদ্ধ হ’ল PUBG সহ ১১৮ টা চীনা এপ। ৰাষ্ট্ৰীয় By admin On Sep 2, 2020 0 14 Share PUBG সহ ১১৮ টা চীনা এপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে , ভাৰতৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰ ওপৰত ভাবুকি সৃষ্টিৰ আশংকা কৰি তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এই চীনা এপ সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । 0 14 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail