Daily Time Axom

ৰাজ্যত সাপ্তাহিক লকডাউন প্ৰত্যাহাৰ

0 13
  • এতিয়াৰে পৰা শনিবাৰ আৰু দেওবাৰে খোলা থাকিব নগৰ এলেকাৰ দোকান পোহাৰ সমূহ
  • যান বাহনো চলাচল কৰিব পাৰিব শনিবাৰ আৰু দেওবাৰে ।
  • নৈশ সান্ধ্য আইনো বাতিল ৰাজ্য চৰকাৰৰ ।
  • এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ।
  • সাপ্তাহিক লকডাউন আৰু নৈশ সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে যদিও ক’ভিড প্ৰটকল মানি চলিবৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মূখ্য সচিব গৰাকীয়ে ।
Leave A Reply

Your email address will not be published.