- এতিয়াৰে পৰা শনিবাৰ আৰু দেওবাৰে খোলা থাকিব নগৰ এলেকাৰ দোকান পোহাৰ সমূহ
- যান বাহনো চলাচল কৰিব পাৰিব শনিবাৰ আৰু দেওবাৰে ।
- নৈশ সান্ধ্য আইনো বাতিল ৰাজ্য চৰকাৰৰ ।
- এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ।
- সাপ্তাহিক লকডাউন আৰু নৈশ সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে যদিও ক’ভিড প্ৰটকল মানি চলিবৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মূখ্য সচিব গৰাকীয়ে ।