Daily Time Axom

কৰোনাত আক্ৰান্ত হৈ শিক্ষকৰ মৃত্যু

0 17

কৰোনাত আক্ৰান্ত হৈ সৰুপথাৰ গেলাবিলৰ এজন শিক্ষকৰ মৃত্যু। মৃত্যু হোৱা শিক্ষকজনৰ নাম নকুল চন্দ্ৰ বড়ো। গেলাবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক হিচাপে কৰ্মৰত আছিল নকুল চন্দ্ৰ বড়ো। ধনশিৰি মহকুমাৰ ক্ৰীড়া ক্ষেত্ৰখনতো যথেষ্ট অৱদান আছিল বড়োৰ। বৃহস্পতিবাৰে দেহত অক্সিজেন কমি যোৱাত গোলাঘাট ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও আজি চিকিৎসালয়তে তেওঁৰ মৃত্যু ঘটে।

Leave A Reply

Your email address will not be published.