Daily Time Axom

ঐতিহাসিক লাল চাহাব ঘাটলৈ যোৱা পথৰ দুৰৱস্থা ।

0 19

শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত শুকান পুখুৰী পঞ্চায়ত অধীনৰ ঐতিহাসিক কেন্দুগুৰি পৰা লাল চাহাব ঘাটলৈ যোৱা পথটোৰ দুৰৱস্থাৰ বাবে বৰ্তমান সম্পূৰ্ণ ভাবে যান বাহন ৰ চলাচল বন্ধ হৈ পৰিছে । গাড়ী-মটৰটো বাদেই দিয়ক উক্ত পথটোত খোজ কাঢ়ি যাবলৈও ৰাইজে জীয়াতু ভুগিবলগীয়া হয় । শুকান পুখুৰী পঞ্চায়তৰ জনপ্ৰতিনিধিৰ লগতে সচিবক উক্ত পথটো পুনৰ নিৰ্মাণৰ বাবে জনসাধাৰণে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ লোৱা নাই।

Leave A Reply

Your email address will not be published.