Daily Time Axom

উত্তপ্ত বইটামাৰী

0 16

ডিজিটেল ডেস্কঃ বইটামাৰী পঞ্চায়ত সচিব আজিজুৰ হকৰ বিৰূদ্ধে প্ৰতিবাদ ৷ পঞ্চায়তত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ ৰাইজৰ ৷ গান্ধী জয়ন্তী উপলক্ষে পঞ্চায়তত অনুষ্ঠিত গাঁও সভাতে উত্তপ্ত পৰিস্থিতি ৷ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজে পঞ্চায়তৰ সচিব আজিজুৰ হকক জবাবদিহি কৰিছিল ৷ ৰাইজক উত্তৰ দিয়াত ব্যৰ্থ পঞ্চায়ত সচিবগৰাকী ৷ দুখীয়া লোকে ঘৰ নোপোৱাৰ অভিযোগ ৷ ফলত ক্ষুদ্ধ ৰাইজে অৱৰোধ কৰে পথ ৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত আৱদ্ধ হৈ পৰে যান-বাহন ৷

Leave A Reply

Your email address will not be published.