Daily Time Axom

প্ৰতিবাদত উত্তাল বঙাইগাঁৱৰ যোগীঘোপা

0 25

ৰাইজৰ প্ৰতিবাদত উত্তাল হল বঙাইগাঁও জিলাৰ যোগীঘোপা।

যোগীঘোপাত স্থাপন হবলগীয়া লজিষ্টিক হাবৰ আৰম্ভনিতে অথন্তৰ।

অশোক কাগজ কলত লজিষ্টিক হাব স্থাপনৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে

লজিষ্টিক হাব নিৰ্মাণ কাৰ্যৰ আৰম্ভনিতে আয়োজন কৰিছিল ভূমিপূজন ।

স্থানীয় ৰাইজৰ প্ৰতিবাদত উত্তাল যোগীঘোপাৰ পৰিবেশ

প্ৰতিবাদী ৰাইজে বন্ধ কৰি দিলে CAC কোম্পানীৰ কাম

কাম কৰাৰ অচিলাৰে কয়লা চুৰি কৰাৰ অভিযোগ ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে।

যোগীঘোপাত স্থাপন হব লগীয়া কোম্পানীত স্থানীয় যুৱক যুৱতীক সংস্থাপনৰ দাবী উত্থাপন কৰে

Leave A Reply

Your email address will not be published.