দুলীয়াজানত আটাছুৰ বিশাল বাইক ৰেলী

তাই আহোম ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে জনজাতিকৰণৰ দাবীত দুলীয়াজানৰ পৰা ডিব্ৰুগড়লৈ বিশাল বাইক ৰেলী বাহিৰ কৰে । দুলীয়াজান বিহুতলী প্ৰাংগণত আটাছুৰ শতাধিক প্ৰতিবাদকাৰী উপস্থিত হৈ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এক বিশাল বাইক ৰেলী বাহিৰ কৰি ডিব্ৰুগড়ৰ অভিমুখে যাত্ৰা কৰি ডিব্ৰুগড়ত জিলা সমিতিৰ উদ্যোগত জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Comments (0)
Add Comment