Daily Time Axom

আগন্তুক IPL ত ধোনী CSKৰ কেপ্টেইন হ’বনে!

0 18

স্পৰ্টছ্ ডেস্কঃ এইবৰ্ষৰ IPL; CSKৰ অনুৰাগী সকলৰ কাৰণে অতি নিৰাশজনক প্ৰমাণিত হয়। এই বৰ্ষৰ IPL ত CSK য়ে ১২ খন T20ৰ ভিতৰত ৪ খন খেলতহে জয় লাভ কৰে। আৰু এই বৰ্ষত খেলৰ পৰা বাহিৰ হোৱা প্ৰথমটো টীমেই আছিল CSK।

ক্ৰিকেট অনুৰাগীসকলে ধোনীৰ কেপ্টেইনশ্বীপ ওপৰত প্ৰশ্ন উঠোৱাৰ লগতে বহু লোকে এইটো কয় যে হয়তো আগন্তুক বৰ্ষত ধোনীয়ে আৰু IPL ত কেপ্টেইনশ্বীপ নকৰিব। কিন্তু CSK ৰ CEO য়ে মন্তব্য কৰে যে ধোনীৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। ২০২১ ৰ IPL ত ধোনীয়েই CSK কেপ্টেইন হৈ থাকিব।ধোনীয়ে ইতিমধ্যে তেওঁৰ কেপ্টেইশ্বীপত তিনিবাৰ IPL খিতাপ জয়ী কৰাইছে।CSKৰ এইটো প্ৰথম বৰ্ষ যিটোত প্লে অফ লৈকে যাব পৰা নগ’ল। এটা বেয়া বৰ্ষই সকলো সলনি হৈ যোৱাটো নুবুজায়।

Leave A Reply

Your email address will not be published.