নতুনকৈ নিৰ্মাণ হৈছে বৰ্ষাপাৰাৰ ক্ৰিকেট পিট্চ

অসম ক্ৰিকেট সংস্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ ক্ৰিকেট পিট্চৰ নিৰ্মাণৰ কাম কৰি থকা হৈছে। পিটছ্ নিৰ্মাণৰ বাবে উৰিষ্যাৰ বালাঙ্গিৰৰ পৰা অনা হৈছে বিশেষ প্ৰকাৰৰ মাটি। অসম ক্ৰিকেট সংস্থাই ক্ৰিকেট পিটছ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱা এই মাটি প্ৰদ্যোগিকভাৱে Black Cotton Soil বুলি জনা যায়। দেশৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামসমূহৰ বাবে সৰ্বাধিক ব্যৱহাৰ কৰা এই ক’লা মাটি অতি উন্নত মানদণ্ডৰ।

Comments (0)
Add Comment