অতি শীঘ্ৰেই আৰম্ভ হব Baghi 4 আৰু Heropanti 2 ছবিৰ দৃশ্য গ্ৰহণ।
ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফ অভিনীত Baghiপ্ৰথম খণ্ডই ইতিমধ্যে দশকৰ মাজত বিপুল সহাৰি আহিব ইয়াৰ চতুৰ্থটো খণ্ড ছবিখনৰ দৃশ্য গৰ্হণৰ কাম সোনকালেই আৰম্ভ হব বুলি ইতিমধ্যেই আনুষ্ঠানিকভাৱে ঘোষনা কৰা হৈছে। লগতে অতিসোনকালেই আৰম্ভ হব Heropanti 3 ৰো দৃশ্যগ্ৰহণ।
ডিচেম্বৰৰ পৰা আৰম্ভ হব Baghi 4 দৃশ্যগ্ৰহণ। জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফক আকৌ এবাৰ লীডিং ৰোলত দেখা পোৱা যাব Baghi 4 ত।