Daily Time Axom

ডনাল্ড ট্ৰাম্প নে জ’বাইডেন?কোন হব আমেৰিকাৰ ৰাষ্ট্ৰপতি

0 13

ডিজিটেল জেস্কঃ পৃথিৱীৰ শক্তিশালি ৰাষ্ট্ৰ আমেৰিকাৰ ৪৫তম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে। ৰাষ্ট্ৰপতিৰ এই নিৰ্বাচন প্ৰক্ৰিয়াত বিশেষকৈ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ জ’বাইডেনৰ মাজতে মূল প্ৰতিদন্বিতা হোৱাৰ সম্ভাৱনা দেখা গৈছে।


ৰিয়েল ক্লিয়াৰ পলিটিকছৰ মতে ট্ৰাম্পৰ তুলনাত ৭৭ বছৰীয়া বাইডেনে ২.৯ শতাংশ আগত আছে। উল্লেখযোগ্য যে এই ভোটগ্ৰহণ পৰ্ব মঙলবাৰে পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈকে অব্যাহত থাকিব আৰু মঙলবাৰে নিশাৰ ভিতৰতে দিয়া হ’ব নিৰ্বাচনৰ ফলাফল। নিশা ফলাফল ঘোষনাৰ পিছতহে জানিব পৰা যাব যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত জ’বাইডেন বহিব নে পুনৰ ট্ৰাম্পেই হব আমেৰিকাৰ ৰাষ্ট্ৰপতি

Leave A Reply

Your email address will not be published.