Daily Time Axom

আলু-পিয়াঁজৰ মালা পিন্ধি গোলাঘাট আছুৰ উত্তাল প্ৰতিবাদ

0 16

ডিজিটেল ডেস্কঃ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি হৈছে আলু ,পিয়াঁজকে আদি কৰি সকলো সা- সামগ্ৰীৰ মূল্য এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোলাঘাট জিলা ছাত্ৰসন্থাই কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে গোলাঘাট জিলা ছাত্ৰসন্থাৰ কাৰ্য্যালয়ৰ পৰা উপায়ুক্তৰ কাৰ্য্যলয়লৈ ডিঙিত পিয়াঁজৰ মালা পিন্ধি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে চৰকাৰ তথা যোগান বিভাগক তীব্ৰ সমালোচনা কৰাৰ লগতে যোগান মন্ত্ৰীৰ এই বিষয়ত হস্তক্ষেপ দাবী কৰাৰ লগতে যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী তোলে ৷ অতিশীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে অনাগত দিনত ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ আগত আছুৰ কৰ্মীয়ে হুংকাৰ প্ৰদান কৰে ৷

Leave A Reply

Your email address will not be published.