মুক্তিৰ পূৰ্বেই টাইগাৰ চৰ্ফৰ বহু চৰ্চিত ছবি ‘গণপথ’

ডিজিটেল ডেস্কঃ টাইগাৰ চৰ্ফৰ নতুন ছবি ‘গনপথ’ ঘোষনা হোৱাৰ পিছৰে পৰা বহু চৰ্চিত হৈ পৰা দেখা গৈছে। চিনেমাখনৰ এখন পষ্টাৰ কেইদিনমাৰ পূৰ্বে ৰিলিজ কৰা হৈছিল আৰু সেই পষ্টাৰসমূহ টাইগাৰৰ অনুৰাগীয়ে হাতে হাতে লৈছিল।

এতিয়া এই পষ্টাৰ মুকলি পিছতে বহু চৰ্চিত হৈ পৰিছে. টাইগাৰৰ এইখন নতুন ছবি। টাইগাৰ চৰ্ফে তেওঁৰ নিজৰ Instagram একাউন্টৰ পৰা ‘গণপথ’ পষ্টাৰ মুকলি কৰাৰ লগতে টাইগাৰ চৰ্ফে ”গণপথ যেতিয়া আহিব তেতিয়া সকলোতে ধুমুহাৰ সৃষ্টি কৰিব” বুলিও এক মন্তব্য আগবঢ়াইছে। ছবিখন বিকাশ বহলৰ দ্বাৰপা পৰিচালিত আৰু এই ছবিখনত টাইগাৰ চৰ্ফে এজন বক্সাৰৰ ভূমিকা গ্ৰহণ কৰিব যাৰ বাবে তেওঁ প্ৰস্তুত হৈ উঠিছে। ছবিখনৰ হিৰ’ইনৰ ৰূপত নুুপুৰ সেনন আৰু ন’ৰা ফাতেহাক লোৱা হ’ব বুুলি জানিবলৈ দিয়ে।

Comments (0)
Add Comment