Daily Time Axom

নাগালেণ্ডৰ মন জিলাত হীৰাৰ ভাণ্ডাৰ

0 16

ডিজিটেল ডেস্ক : হীৰাৰ দৰে বগা জিলিকা পাথৰ উলাইছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত। যাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ মন জিলাৰ এক বিশেষ স্হানত গাওঁবাসীয়ে হাতে – হাতে মাটি খন্দা সঁজুলি লৈ হীৰা বিছৰাত ব্যস্ত হৈ পৰিছে।

এই জিলিকা পাথৰ বিছাৰি গাওঁবাসীয়ে খন্দা দৃশ্য বিভিন্ন ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। কিন্তু এইয়া প্ৰকৃততে হীৰা হয় নে নহয় সেইয়া ভূতত্ত্ববিদেহে নিশ্চিত কৰিব।

Leave A Reply

Your email address will not be published.