আজি কাৰ্তিক পূৰ্ণিমা ,চলিত বৰ্ষৰ শেষৰটো চন্দ্ৰ গ্ৰহণ
ডিজিটেল ডেস্কঃ আজি দিনৰ ১.২মিনিটৰ পৰা আৰম্ভ হৈ ৫.২৩মিনিটত সমাপ্ত হব লগা এই গ্ৰহণ খালী চকুৰে প্ৰত্যক্ষ কৰিব পৰা যাব ।
উল্লেখ যোগ্য যে আজিৰ এই চন্দ্ৰ গ্ৰহণ এচিয়াৰ কিছু কিছু দেশতহে প্ৰত্যক্ষ কৰিব পৰা যাব ।
এই চন্দ্ৰ গ্ৰহণ আমেৰিকা,ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ লগতে প্ৰশান্ত মহাসাগৰৰ দাঁতি কাষৰীয় অঞ্চল সমূহৰ পৰাহে দেখিবলৈ পাব।