Daily Time Axom

বালিৰে নিৰ্মাণ কৰিলে এইডচ সজাগতাৰ প্ৰতীক

0 14

ডিজিটেল ডেস্কঃ আজি বিশ্ব AIDS দিৱস।AIDS আজিও বিশ্বৰ আটাইতকৈ ভয়ংকৰ ৰোগ হিচাপে পৰিচিত। এই ভয়ংকৰ ৰোগ এইডছক ৰোধ কৰাৰ বাবে সজাগতা বৃদ্ধি কৰাৰ অৰ্থে প্ৰতি বছৰে ১ ডিচেম্বৰ তাৰিখটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি আহিছে।বিশ্ব এইডছ দিৱসৰ লগত সংগতি ৰাখি উৰিষ্যাৰ ভুৱনেশ্বৰত সুবল মহাৰাণাই বালিৰে নিৰ্মাণ কৰিছে এইডচ সজাগতাৰ প্ৰতীক । গোলকীয় একতা আৰু দায়িত্বৰ এই প্ৰতীকটো নিৰ্মাণ কৰি শিল্পীগৰাকীয়ে তেওঁৰ এই কামেৰে জনসাধাৰণ বিশেষকৈ যুৱ প্ৰজন্ম সজাগ হ’ব বুলি আশা কৰিছে।

Leave A Reply

Your email address will not be published.