ট্ৰাম্প জীয়ৰী ইবাংকা ট্ৰাম্পৰ টুইটত ভাৰতৰ স্মৃতি

ডিজিটেল ডেস্কঃ সোমবাৰে ডনাল্ড ট্ৰাম্পৰ জিয়ৰী ইবাংকা ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ভাগ লোৱা ২০১৭ চনৰ Global Entrepreneurship সন্মিলনৰ স্মৃতি টুইটাৰত প্ৰকাশ কৰে। হায়দৰাবাদত অনুষ্ঠিত হোৱা এই সন্মিলনত ইবাংকা ট্ৰাম্পে আমেৰিকাৰ প্ৰতিনিধিমণ্ডলৰ প্ৰতিনিধিত্ব কৰিছিল।

সমগ্ৰ বিশ্বই কৰোণা আৰু অন্য সমস্যাৰ সৈতে যুঁজ দি থকাৰ এই সময়ত ভাৰত আৰু আমেৰিকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ অৰ্থনৈতিক , প্ৰতিৰক্ষা আৰু অন্য ক্ষেত্ৰত মজবুত হোৱাৰ কথাও ইবাংকাই টুইটাৰত সদৰি কৰে।

Comments (0)
Add Comment