Daily Time Axom

নুমলীগড়ত একশৰণ ভাগৱতী সমাজৰ ৪৮ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি

0 17

জিজিটেল সংবাদঃ একশৰণ ভাগৱতী সমাজ, অসমৰ প্ৰতিষ্ঠা দিৱস প্ৰতিবছৰে ৰংবঙৰ মহাপুৰুষীয়া পালনাম থানত অনুষ্ঠিত কৰি আহিছে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইবাৰো নুমলীগড়ৰ ৰংবঙৰ চাৰিদিনীয়া কাৰ্যসূচীৰে পালনামৰ আয়োজন কৰিছে । অহা ৬,৭,৮আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ বাবে অহা ভকত বৈষ্ণৱ সকলক সেৱা কৰিবৰ বাবে সম্পূৰ্ণ সাজু ৰংবং বাসী ।

Leave A Reply

Your email address will not be published.