জিজিটেল সংবাদঃ আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে ৪ দিনীয়া বিশেষ কাৰ্য্যসুচী বাবে অসমলৈ আহিছে । তেওঁ মাঁলিগাৱৰ নিকটৱৰ্তী আদিমগিৰী পাহাৰৰ আশ্ৰমত থকাৰ কথা জানিব পৰা গৈছে। বিশেষ সূত্ৰ অনুসৰি তেওঁ এই ভ্ৰমণসূচীত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি বিজেপিৰ হাই প্ৰফাইল নেতা সকলৰ লগত গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনাত ভাগ লব। উল্লেখ যোগ্য যে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে অসমত কোনে ৰাইজ মেল বা ৰেলীত ভাগ নলয় বুলি জানিব পৰা গৈছে ।