ভাং নিচা নহয়, এতিয়াৰে পৰা ঔষধ ।

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ভাঙক ঔষধ হিচাপে ব্যৱহাৰ কৰা হ’ব । নিচাযুক্ত দ্ৰব্য তালিকাৰ পৰা ভাঙক আঁতৰ কৰিলে ৰাষ্ট্ৰসংঘৰ নাৰ্কটিক্স ড্ৰাগছ কমিচনে । বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা আবেদনৰ ভিত্তিত সংযুক্ত ৰাষ্ট্ৰসংঘই এই মান্যতা প্ৰদান কৰিলে । ২৭ খন দেশে ভাঙক ঔষধ হিচাপে সমৰ্থন জনায় ।

Comments (0)
Add Comment