Daily Time Axom

চকলেটৰ চমৎকাৰী উপকাৰীতা

0 18

ডিজিটেল ডেস্কঃ আপুনি মই সকলোৱে চকলেটৰ জুতি লৈ ভাল পাওঁ। কিন্তু আপুনি হয়তো নাজানে এই চকলেট স্বাস্থ্য ৰ বাবে কিমান উপকাৰী। শেষতীয়াকৈ চকলেটৰ ওপৰত কৰা এক পৰীক্ষাত এয়া নিশ্চিত হৈছে যে নিয়মিত নিদিষ্ট পৰিমাণে চকলেট খালে দেহত কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। বিজ্ঞানী সকলে এইটো প্ৰমাণ কৰিছে যে দৈনিক ২০০ ৰ পৰা ৬০০ মিঃগ্ৰা চকলেট খালে হৃদ ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰি।। ইয়াৰো পৰি মধুমেহ ৰোগৰ বাবেও চকলেট বৰ উপকাৰী। ই দেহত ইনচুলিন সৃষ্টি কৰি ব্লাডচুগাৰ নিয়ন্ত্ৰণত ৰাখে।।

Leave A Reply

Your email address will not be published.