৭৪ বছৰত ভৰি দিলে ছোনীয়া গান্ধীয়ে
ডিজিটেল ডেস্কঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ আজি ৭৪ সংখ্যক জন্ম দিন। উল্লেখ্য যে, সুদক্ষ ৰাজনীতি বিদ গৰাকীয়ে কভিদ19 সৃষ্ট পৰিৱেশ আৰু কৃষক আন্দোলনৰ সমৰ্থনত এইবাৰৰ জন্ম দিন উদযাপনৰ পৰা বিৰত আছে । অৱশ্যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু ৰাজনীতিবিদে টুইটাৰত তেখেতক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে টুইটাৰত লিখে,”Birthday greetings to Smt. Sonia Gandhi Ji. May God bless her with a long and healthy life.