Daily Time Axom

যোগ মহাসংঘৰ উদ্যগত চতিয়াত যোগ প্ৰশিক্ষণ শিবিৰ

0 14

ডিজিটেল ডেস্ক: সদৌ অসম যোগ মহাসংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্য্যসূচীৰে চতিয়া মেৰিগ’ল্ড হাইস্কুলত যোগ প্ৰশিক্ষণ কায্যসূচী অনুষ্ঠিত হয়।প্ৰশিক্ষণ কাৰ্য্যসূচীৰ অনুষ্ঠানত অসম যোগ মহাসংঘৰ হৈ যোগ প্ৰশিক্ষক নিৰঞ্জণ গগৈয়ে প্ৰশিক্ষণ দিয়ে। অনুষ্ঠানটোত সভাপতিত্ব কৰে চতিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা পিয়াৰ আলিয়ে আৰু চতিয়া মেৰিগ’ল্ড হাইস্কুলখনৰ পৰিচালনা সমিতিৰ সভাপতি জগদীশ তালুকদাৰ লগতে ভালেকেইজন শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.