সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ।
ডিজিটেল ডেস্কঃ তিতাবৰ জালুকণিবাৰী ন চুঙীত দুৰ্বৃত্তত আক্ৰমণত মৃত্যু হয় এজনী প্ৰাপ্তবয়স্ক নাহৰফুটুকীৰ। উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি উক্ত অঞ্চলত নাহৰফুটুকীজনী গৰু ছাগলী খাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। আনহাতে পহিলা জানুৱাৰী দিনটোতে বাঘৰ আক্ৰমণ আহত হৈছিল দুজনকৈ লোক।। দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি থকা নাহৰফুটুকী জনী মৃত অৱস্থাত উদ্ধাৰ হেৱাত স্থানীয় ৰাইজে দুৰ্বৃত্তৰ আক্ৰমণত নাহৰফুটুকী জনী মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । তিতাবৰ বন বিভাগে মৃত নাহৰফুটুকী টো উদ্ধাৰ কৰি মৰোণত্তৰৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে।