Daily Time Axom

২০২১ চনৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীক দিল্লীৰ ৰাজপথত ।

0 12

*২০২১ চনৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীক দিল্লীৰ ৰাজপথত ।

*অসমৰ প্ৰতীক ৰূপে অসমৰ চাহ বাগান জিলিকিব দিল্লীৰ ৰাজপথত ।

*অসমৰ চাহ উদ্যোগৰ লগত জড়িত বিষয়সমূহক সাঙুৰি উপস্থাপন কৰা হ’ব চাহ বাগানৰ প্ৰতীক।

*২১বৰ্ষৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিট্টেইনৰ প্ৰধানমন্ত্ৰী ।

Leave A Reply

Your email address will not be published.