ডিজিটেল ডেস্কঃ চাউথৰ চুপাৰষ্টাৰ য়শৰ আহিবলগীয়া ছবি ” KGF CHAPTER 2 ” ৰ ট্ৰেইলৰে ১০ ঘন্টাৰ ভিতৰত ২ মিলিয়নৰো অধিক দৰ্শকৰ সঁহাৰি পায় ” RRR “, ” MARSAL”আৰু ” MASTER ” আদি চিনেমাৰো অভিলেষ ভংগ কৰিলে। এইদৰেই এতিয়া সম্পূর্ণ চৰ্চিত হৈ পৰিছে য়শৰ আহিবলগীয়া ছবি ” KGF CHAPTER 2 “। উল্লেখ্য যে , ছবিখনৰ প্ৰথম ট্ৰেইলৰ মুক্তি দিয়াত ১০ ঘন্টাৰ ভিতৰত ২ মিলিয়নৰো অধিক দৰ্শকে সহাৰি দিয়ে, আনহাতে ২৪ ঘন্টাৰ ভিতৰত ” MASTER” ৰ ট্ৰেইলৰ ৰ ভিউজ আছিল ১.৮৫ মিলিয়ন, ” SARKAAR ” ৰ ট্ৰেইলৰ ভিউজ আছিল ১.১৮ মিলিয়ন , ” RRR “ৰ ভিউজ আছিল ৯৪১ হেজাৰ, ” MARSAL” ৰ ভিউজ আছিল ৭২৮ হেজাৰ। সেই সূত্ৰে নতুন অভিলেষ গঢ়ি সম্প্ৰতি বহু চৰ্চিত হৈ পৰিছে সাউথৰ চুপাৰষ্টাৰ য়শৰ
” KGF CHAPTER 2 “। সম্পূর্ণ ছবিখনলৈ এতিয়া অপেক্ষা কৰি আছে তেওঁৰ হেজাৰ অনুৰাগীয়ে।