কাকপথাৰত শোকাবহ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক:- তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ৰজাগড়ৰ পথত AS 01 B D 6902 নম্বৰৰ i-10 আৰু AS 23 Z 4613 নম্বৰৰ পালচাৰ মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ সৃষ্টি হয়।

মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাবে আহত মটৰচাইকেল চালকজনৰ পৰিচয় বৰ্তমান সময়লৈ জানিব পৰা হোৱা নাই ৷

Comments (0)
Add Comment