অষ্ট্ৰেলিয়াৰ মাটিত অষ্ট্ৰেলিয়াকে পৰাজিত কৰি ইতিহাস ৰছিলে ভাৰতে
- ”বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী” শৃংখলা জয়ে অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতৰ ৰছিলে ইতিহাস ।
- টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ ব্যৱধানত জয় ভাৰতৰ ।
- শেষৰ দিনটোত ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ৩২৮ ৰাণৰ, ৩ উইকেটত ভাৰতে পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক ।
- সুদীৰ্ঘ ৩২ তা বছৰৰ পাছত অষ্ট্ৰেলিয়াত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ছিৰিজ জয় ভাৰতৰ ।