এবছৰলৈ গুটখা খাব নোৱাৰেঃ ৰাজ্যত নিষিদ্ধ কৰা হৈছে গুটখা,ধপাত জাতীয় সামগ্ৰী

ডিজিটেল ডেস্ক:-অহা এবছৰলৈ ৰাজ্যত নিষিদ্ধ কৰা হৈছে গুটখা, পান মছলা, ধপাত জাতীয় সামগ্ৰী। গুটখা, পান মছলা, ধপাত জাতীয় সামগ্ৰী নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে এখন জৰুৰী জাননী যোগে এই কথা জনাইছে ৰাজ্য চৰকাৰে। বিক্ৰীৰ লগতে নিষিদ্ধ কৰা হৈছে গুটখা জাতীয় সামগ্ৰীৰ প্ৰস্তুত, মজুত, পৰিবহণ, বিতৰণো। আনহাতে ৰাজ্য চৰকাৰে জাৰি কৰা জাননী অমান্য কৰিলে জৰিমনাৰ লগতে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব।

Comments (0)
Add Comment