মাতৃত্বৰ গৌৰৱ অৰ্জনৰ দিশে মোহময়ী অভিনেত্ৰী অমৃতা গগৈ

ডিজিটেল ডেস্ক:- মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে বিবাহ পাশত আবদ্ধ হোৱা দুটা বছৰৰ পিছতে মাতৃত্ব গৌৰৱ অৰ্জনৰ দিশে আগবাঢ়িছে । ছ’চিয়েল মিডিয়াত স্বামী মনদ্বীপ কাকতিৰ সৈতে ফটো উঠি অনুৰাগীক দিলে এই ভাল খবৰটো। প্ৰিয় অভিনেত্ৰী গৰাকীৰ এই ভাল খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰিছে অমৃতাৰ অনুৰাগীক ৷ ছ’চিয়েল মিডিয়াতে একাংশ অনুৰাগীয়ে দুয়োকে শুভেচ্ছা জ্ঞাপন কৰিলে।

Comments (0)
Add Comment