আদাৰ আচৰিত ঔষধি গুণ। জানোঁ আহক।।

ডিজিটেল ডেস্কঃ আদা সধাৰণতে সকলোৰে পাকঘৰতে উপলব্ধ। ইয়াৰ বহুতো ঔষধি গুণ আছে, যিটো আমি সাধাৰণতে বহুতে হয়তো গম নাপাওঁ। গতিকে আমি আজি জানোঁ আহক আদাৰ তেনে ১০ টা উপকাৰিতাৰ বিষয়ে।। ১:আদাই দেহত ব্লাড চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰাখে।
২:আদাই দেহত এছিড প্ৰশমিত কৰে।হজম শক্তি বৃদ্ধি কৰে।
৩:মেদবহুলতা দূৰ কৰে।
৪:দেহৰ নিউট্ৰিচনত সহায় কৰে।
৫:আদাই দেহত তেজৰ সঞ্চালনত সহায় কৰে।
৬:আদাই শৰীৰত বিষৰ উপশম ঘটায়। অৰ্থাৎ আদা হল প্ৰাকৃতিক পেইন কিলাৰ।
৭:আদাই মুখত দুৰ্গন্ধ আঁতৰাই।
৮:দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইমিউনিটি বৃদ্ধিত সহায় কৰে।
৯:আদাই চাইনাচৰ অসুখ দূৰ কৰে।
১০:আদাই দেহত কেঞ্চাৰ সৃষ্টি কৰা কোষসমূহ ধংস কৰে।।

Comments (0)
Add Comment