Daily Time Axom

বলীউডৰ মিষ্টাৰ পাৰ্ফেক্ট তথা জনপ্রিয় অভিনেতা আমীৰ খান আক্রান্ত হ’ল কৰ’নাত

0 11

ডিজিটেল ডেস্কঃ বৰ্তমানো শেষ হোৱা নাই কৰ’নাৰ সংক্ৰমণ। মহাৰাষ্ট্ৰৰ পিছতে মুম্বাইতো কৰ’না ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। তেনে সময়তে ভাইৰাছত আক্রান্ত হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খান । বুধবাৰে বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেক্ট ‘ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰে। দুদিন পূৰ্বে কাৰ্তিক আৰিয়ান এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছিল। তেওঁ কৰ’নাত আক্রান্ত হোৱাৰ পিছতে ঘৰৰ সকলোৰে পৰা পৃথকে পৃথকে থকাৰ ওপৰিও তেওঁৰ ঘৰৰ সকলো কৰ্মচাৰীৰ পৰীক্ষা সম্পন্ন কৰে। বৰ্তমান তেওঁ সকলো নীতি- নিয়ম পালন কৰি ‘হোম কোৱাৰেন্টীন’ত আছে। জনপ্রিয় অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ অনুৰাগীয়ে।

Leave A Reply

Your email address will not be published.