কি খাদ্যই আপোনাক সুন্দৰ আৰু স্বাস্থ্যবান কৰি ৰাখিব?

ডিজিটেল ডেস্ক: আপোনাক সুন্দৰ আৰু স্বাস্থ্যবান কৰাত খাদ্যই যথেষ্ট সহায় কৰে।আপুনি যদি খাদ্যৰ তালিকাখন সঠিকভাৱে পৰিচালনা কৰি খাদ্য গ্ৰহণ কৰে তেন্তে ই আপোনাৰ বাবে যথেষ্ট সহায়ক হৈ পৰে।আজি আপোনালোকলৈ কোনবিধ খাদ্য কিহৰ বাবে প্ৰয়োজন হ’য় তাকে আগবঢ়াইছো।

১/আমাৰ ছালখন ধুনীয়া হোৱাটো আমাৰ সকলোৰে কাম্য।ছালৰ সৌন্দৰ্য বৃদ্ধি কৰাত বাদামে যথেষ্ট সহায় কৰে।গতিকে আপুনি বাদাম খাব পাৰে।

২/সেউজীয়া শাক সমুহ আমাৰ বাবে এনেও অতি প্ৰয়োজনীয় ।কলডিল,কাঁচকল,আৰু মাংস আদিত যথেষ্ট পৰিমাণে আইৰন পোৱা যায়। আৰু ই আমাৰ তেজৰ বিশুদ্ধিকৰণৰ বাবে অতি প্ৰয়োজনীয় হোৱাৰ লগতে আমাৰ দেহত এইসমুহে এক ধুনীয়া শোভা প্ৰদান কৰে।

৩/মাছ,মিছামাছ আদিয়ো আমাৰ বাবে প্ৰয়োজনীয়।মাছ আৰু মিছামাছে ছালখনক সুৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰাৰ সমান্তৰালভাৱে ছালৰ সৌন্দৰ্য অটুট ৰখাত সহায় কৰে।

আপোনাৰ খাদ্যৰ তালিকাখনত এইসমুহ অন্তৰ্ভুক্ত কৰিলে আপুনি নিশ্চয় সুফল লাভ কৰিব।

Comments (0)
Add Comment