দেশৰ নতুন মুখ্য ন্যায়াধীশ এন ভি ৰামানা
- আজি দেশৰ নতুন মুখ্য ন্যায়াধীশৰ শপত ল’লে এন ভি ৰামানাই।
- ক’ভিড বাবে অনুষ্টুপীয়াকৈ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান ।
- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাই এন ভি ৰামানাক ।