Daily Time Axom
Daily Time Axom
Daily Time Axom
দেশৰ নতুন মুখ্য ন্যায়াধীশ এন ভি ৰামানা
By
admin
on April 24, 2021
আজি দেশৰ নতুন মুখ্য ন্যায়াধীশৰ শপত ল’লে এন ভি ৰামানাই।
ক’ভিড বাবে অনুষ্টুপীয়াকৈ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান ।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাই এন ভি ৰামানাক ।
ৰাষ্ট্ৰীয়
Share
Related Posts
ডোডাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কি ক’লে ৰাহুল গান্ধীয়ে
ত্ৰিপুৰাত এইডছত আক্ৰান্ত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী
বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত ছ’ৰেনে
জলপ্ৰপাতে উটুৱাই নিলে ৫ জন লোকক, পুনেত পৰ্যটকৰ বাবে গাইডলাইন জাৰি
অসুস্থতাৰ বাবে অনশন ভংগ কৰে আতিশীয়ে
৫টা ডবালৈ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰাওনা হ’ল শিয়ালদাহ অভিমুখে
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ হাতত ৪ নক্সালবাদী নিহত
Comments
(0)
Add Comment