Daily Time Axom

দেশত ৫৫১ প্লেন্ট অক্সিজেন মুকলি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

0 10

ডিজিটেল ডেস্ক: ক’ৰণাৰ দ্বিতীয়টো ঢৌৱে জুৰুলা কৰিছে দেশক।দেশৰ চিকিৎসালয় সমূহত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমান।অক্সিজেনৰ অভাৱত মৃত্যু হৈছে বিভিন্ন লোকৰ।স্বাস্থ্য বিভাগে সকলো প্ৰকাৰে চেষ্টা কৰিছে যদিও ৰোগীৰ মৃত্যু সুলভ হৈ পৰা দেখা গৈছে। এনে সংকটজনক অৱস্থাৰ সন্মুখীন হোৱাত স্বাভাৱিকতে শংকিত হৈ পৰিছে দেশবাসী।এনে সংকটজনক অৱস্থাত কেন্দ্ৰীয় চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ৫৫১ প্লেন্ট অক্সিজেন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।সকলোবোৰ চৰকাৰী চিকিৎসালয়ে লাভ কৰিব এই অক্সিজেন।দেশত শীঘ্ৰেই আৰম্ভ হ’ব এই প্ৰক্ৰিয়া।

Leave A Reply

Your email address will not be published.