Daily Time Axom

ক’ভিডৰ সময়ত আপোনাৰ বাবে বিড়ি-চিগাৰেট হ’ব পাৰে অতি মাৰাত্মক।

0 10

ডিজিটেল ডেস্কঃ আমি সকলোৱে জানোঁ যে, বিড়ি-চিগাৰেট স্বাস্থ্যৰ পক্ষে হানিকাৰক। ক’ভিডৰ দ্বিতীয় ঢৌৱে লৈ আনিছে দেশৰ বাবে সংকট। নাটনি হৈছে অক্সিজেনৰ। অক্সিজেনৰ নাটনিৰ ফলতে মৃত্যু হৈছে বহু কৰ’না ৰোগীৰ। সেয়ে কৰ’না ৰোধ কৰিবৰ বাবে বিড়ি-চিগাৰেট বিক্ৰী বন্ধ কৰিবলৈ পৰামৰ্শ দিছে আদালতে। কৰ’নাৰ দ্বিতীয় লহৰত দিশহাৰা হৈ পৰিছে প্ৰশাসন তথা দেশৰ চিকিৎসামহল। ক’ভিডৰ জটিল সন্ধিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ এখন আদালতে বিড়ি-চিগাৰেট বন্ধ কৰাৰ পৰামৰ্শ গ্রহণ কৰিছে।

Leave A Reply

Your email address will not be published.