ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ।

ডিজিটেল ডেস্ক: ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ইজনৰ পিছত সিজন লোক।মৃত্যু যেন এতিয়া একেবাৰে সহজ হৈ পৰিছে।
শেহতীয়াকৈ মৃত্যু মুখত পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ।ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৫৫ বছৰীয়া অভিনেতা গৰাকী।কেইদিনমানৰ আগতে শাৰীৰিক অসুস্থতাৰ উমান পাই চিকিৎসালয়ত ভৰ্তি হৈছিল অভিনেতা গৰাকী।ইয়াৰ পিছতে তেওঁৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯।আৰু শেষত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় অভিনেতা গৰাকীয়ে।

Comments (0)
Add Comment